Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

বৰপেটা: বৰপেটা জিলা আৰক্ষী সংৰক্ষিত স্থানত বাহন পৰিদৰ্শনত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক

Barpeta, Barpeta | Apr 8, 2024
সোমবাৰে আৰক্ষী সংৰক্ষিত অঞ্চলত পৰিদৰ্শন পেৰেড আৰু বাহন পৰিদৰ্শন অনুষ্ঠিত হয়। ইয়াৰ পিছত এখন মাহেকীয়া আৰক্ষী সন্মিলন অনুষ্ঠিত হৈ যায়। য'ত আৰক্ষী বাহিনীৰ বিভিন্ন অভিযোগবোৰ সমাধান কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱ। উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে অসম চৰকাৰৰ নিৰ্দেশ মতে এনেদৰে ব্যাপক প্ৰস্তুতি চলিছে বুলি জানিব পৰা গৈছে।

MORE NEWS

📌 জুবিন গাৰ্গৰ আদৰ্শ বুকুত বান্ধি ৰাজপথত শিল্পী সমাজ
📌 ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ সেৱা জনাই আগবাঢ়িছে গৰিমা গাৰ্গে
📌 বান পীড়িত ৰাইজৰ বাবে ৰাজপথলৈ ওলাই আহিল গৰিমা গাৰ্গ

#NewsUpdate #AssamFlood #ZubeenGarg #GarimaSaikiaGarg #floodrelief #ABCNewsAssam

📌 জুবিন গাৰ্গৰ আদৰ্শ বুকুত বান্ধি ৰাজপথত শিল্পী সমাজ 📌 ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ সেৱা জনাই আগবাঢ়িছে গৰিমা গাৰ্গে 📌 বান পীড়িত ৰাইজৰ বাবে ৰাজপথলৈ ওলাই আহিল গৰিমা গাৰ্গ #NewsUpdate #AssamFlood #ZubeenGarg #GarimaSaikiaGarg #floodrelief #ABCNewsAssam

Barpeta, Barpeta | Aug 3, 2026

শিৱসাগৰৰ নাজিৰাৰ নেপালীখুঁটিত ট্ৰেক্টৰত উঠি বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বানক্ৰান্তসকলৰ সৈতে মত বিনিময়ো কৰে মুখ্যমন্ত্ৰীয়ে।

#AssamFlood #HimantaBiswaSarma #sivasagar #NewsUpdate #ABCNewsAssam

শিৱসাগৰৰ নাজিৰাৰ নেপালীখুঁটিত ট্ৰেক্টৰত উঠি বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বানক্ৰান্তসকলৰ সৈতে মত বিনিময়ো কৰে মুখ্যমন্ত্ৰীয়ে। #AssamFlood #HimantaBiswaSarma #sivasagar #NewsUpdate #ABCNewsAssam

Barpeta, Barpeta | Aug 3, 2026

📌 চৰকাৰে ১৫ বা ২৫ হাজাৰ টকা নহয় প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী অখিল গগৈৰ।
📌 ডিচি বা বিমল বৰাৰ মতে নহয় অখিল গগৈৰ সৈতে এটা বান ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান।

#NewsUpdate #AssamFlood #AkhilGogoi #HimantaBiswaSarma #floodrelief #ABCNewsAssam

📌 চৰকাৰে ১৫ বা ২৫ হাজাৰ টকা নহয় প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী অখিল গগৈৰ। 📌 ডিচি বা বিমল বৰাৰ মতে নহয় অখিল গগৈৰ সৈতে এটা বান ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান। #NewsUpdate #AssamFlood #AkhilGogoi #HimantaBiswaSarma #floodrelief #ABCNewsAssam

Barpeta, Barpeta | Aug 2, 2026

এইখিনি সময়ত শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজক জীৱন-জীৱিকাৰ বিকল্প লাগে নে আজমল Super 40 আৰু আজমলৰ হস্পিতাল লাগে?

এইখিনি সময়ত শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজক জীৱন-জীৱিকাৰ বিকল্প লাগে নে আজমল Super 40 আৰু আজমলৰ হস্পিতাল লাগে?

Barpeta, Barpeta | Aug 2, 2026

হিন্দু সুৰক্ষা সেনা, অসম নামৰ সংগঠনৰ সভাপতি কাঞ্চন দেৱ নাথৰ প্ৰকৃত স্বৰূপ এয়া।এই মানুহজনেই এই বিপদৰ সময়ত অসমীয়া জাতিক হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰিব বিচাৰি আছে।আচৰিত কথা মৃণাল তালুকদাৰৰ দৰে দায়িত্বশীল জ্যেষ্ঠ সাংবাদিকে এই ধৰণৰ 420 মানুহ টকশ্বো ত মাতি তাৰ বিষাক্ত কথা অসমত পৰোক্ষভাৱে প্ৰচাৰ কৰাটো উচিত হৈছেনে?ৰাইজ এই ধৰণৰ বাজে মানুহৰ কথাত বিভ্ৰান্ত নহব।সকলো জাতি ধৰ্মৰ মানুহ মিলিয়েই আমি অসমীয়া জাতি।সাম্প্ৰদায়িক নেতাৰ প্ৰকৃত চৰিত্ৰ এই video ত চাই লওক।

Barpeta, Barpeta | Aug 1, 2026