Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

কলগাছিয়া: বৰপেটা লোকসভা সমষ্টিৰ কলগাছিয়াৰ পশ্চিম খাটাকুচি গাঁৱত CPIM ৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত

Kalgachia, Barpeta | Apr 8, 2024
বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়াৰ পশ্চিম খাটাকুচি গাঁওত CPIM ৰ মনোনীত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল সমূহ। তেনে ক্ষেত্ৰত পিছ পৰি থকা নাই CPIM দল। নিজ দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ প্ৰচাৰত নামি পৰিছে দলীয় নেতা কৰ্মী সকল। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ৰাজ্যিক সভাপতি ৰোস্তম আলীৰ লগতে এটা সজাতি দলে পশ্চিম খাটাকুচি গাঁওত নিৰ্বাচনী প্ৰচাৰ চলায়।

MORE NEWS