Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
No video available

বাঘবৰ: আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে দেওকুৰা গাঁৱত বি পি এফৰ প্ৰাৰ্থী সামেজ উদ্দিনৰ নিৰ্বাচনী প্ৰচাৰ

Baghbor, Barpeta | Apr 8, 2024
লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈ পৰিছে বৰপেটা লোকসভা নিৰ্বাচনৰ ৰনকৌশল। তাৰে সমান্তৰালকৈ বিপিএফ দলে নিৰ্বাচনী প্ৰচাৰৰ দৌৰত। দলীয় টিকট লাভ কৰাৰ পিছতে বৰপেটা লোকসভা সমষ্টিৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে দেওঁকুৰা গাৱত উপস্থিত হয় বিপিএফ দলৰ প্ৰাৰ্থী সামেজ উদ্দিন। লগতে বিপিএফ দলৰ প্ৰাৰ্থী সামেজ উদ্দিনে আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে সৰ্বস্থৰৰ ৰাইজৰ পৰা আশীৰ্বাদ লোৱা দেখা যায়।
বাঘবৰ: আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে দেওকুৰা গাঁৱত বি পি এফৰ প্ৰাৰ্থী সামেজ উদ্দিনৰ নিৰ্বাচনী প্ৰচাৰ - Baghbor News