Public App Logo
Jansamasya
���ायल
Fatehpur
Jodhpur
Amitshah
Uppolice
Live
Pratapgarh
Westbengal
Farrukhabad
Mirzapur
Rain
Tikamgarh
Prayagraj
Modiji
���ोगी_आदित्यनाथ
Indianrailways
Letestnews
���ाइक
���ायरल
Arvindkejriwal
Kedarnath
Weather
Rahul
Indianews
New_delhi
Akhileshyadav
Upnews
Newsupdate
Viralvideo
No video available

কলগাছিয়া: চান্দমামা পাথাৰ গাঁৱত জল-জীৱন মিছনৰ কমিটি গঠনত উত্তপ্ত পৰিস্থিতি, একাংশ সদস্যৰ চহী জাল কৰি কমিটি গঠনৰ অভিযোগ

Kalgachia, Barpeta | Apr 12, 2024
বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত চান্দমামা পাথাৰ গাৱঁৰ জল-জীৱন মিছন আঁচনিৰ কমিটি গঠনত ব্যাপক অনিয়ম ও দূৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। গাৱঁখনত স্থাপন হোৱা উক্ত জল-জীৱন মিছন আঁচনি চোৱাচিতাৰ বাবে এখন কমিটি গঠন কৰা হৈছিল যদিও একাংশ লোকৰ চহী জালিয়াতিৰে কমিটি গঠন কৰি নুৰমহম্মদ আলীক জল মিত্ৰ হিচাপে নিয়োগ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সেয়ে বিভাগীয়ভাবে উচিত তদন্তমূলে নতুন কমিটি গঠনৰ দাবী জনায় স্থানীয় ৰাইজে।

MORE NEWS