Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

বাঘবৰ: ৰুভী গাঁৱত তিনি সন্তানৰ মাতৃৰ চিপ লৈ আত্মহত্যা, বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ তদন্ত অব্যাহত

Baghbor, Barpeta | Apr 12, 2024
বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰুভী গাঁৱত যোৱা নিশাত এগৰাকী মহিলাই গছৰ ডালত চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চল ব্যাপী চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাওখনৰ ৰেজ্জাক আলীৰ পত্নী তথা তিনি সন্তানৰ মাতৃ হালিমা বেগম পুৱতি নিশা অনুমান তিনি বজাত বিছনাৰ পৰা মনে মনে উঠি পুখুৰীৰ পাৰত থকা চজিনা গছৰ ডালত উঠি ডিঙিত চিপ লৈ আত্মহত্যা কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। পুৱাৰ ভাগত ঘটনাস্থলীত বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু কলগাছিয়াৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
বাঘবৰ: ৰুভী গাঁৱত তিনি সন্তানৰ মাতৃৰ চিপ লৈ আত্মহত্যা, বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ তদন্ত অব্যাহত - Baghbor News