Public App Logo
Jansamasya
���ायल
Fatehpur
Jodhpur
Amitshah
Uppolice
Live
Pratapgarh
Westbengal
Farrukhabad
Mirzapur
Rain
Tikamgarh
Prayagraj
Modiji
���ोगी_आदित्यनाथ
Indianrailways
Letestnews
���ाइक
���ायरल
Arvindkejriwal
Kedarnath
Weather
Rahul
Indianews
New_delhi
Akhileshyadav
Upnews
Newsupdate
Viralvideo
No video available

বাঘবৰ: বাঘবৰৰ বিধায়কৰ ভতিজাকে ফেচবুকত আপʼৰ ৰাজ্যিক কমিটিৰ সমন্বয়ক শফি কামালক অশালীন গালি দিয়াত কলগাছিয়া থানাত এজাহাৰ দাখিল

Baghbor, Barpeta | Apr 12, 2024
আম আদমী পাৰ্টিৰ ৰাজ্যিক কমিটিৰ সমন্নয়ক শফি কামালক বাঘবৰৰ বিধায়কৰ ভতিজা আৰিফুল ইছলাম ফেচবুকৰৰ মেচেঞ্জাৰৰ জৰিয়তে অশ্লীল-অকথ্য ভাষা প্ৰয়োগ কৰাৰ লগতে ভাবুকি প্ৰদান নেতা গৰাকীক। উল্লেখ্য যে শফি কামালে দলীয় কাম কাজত বিভিন্ন ঠাইত যাব লগীয়া হয় বাবে আৰিফুল ইছলাম নামৰ যুৱকজনে শফি কামালৰ ক্ষতি কৰিব বুলি ধাৰণা কৰে। যাৰ বাবে তথ্য সহকাৰে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।