Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
No video available

কলগাছিয়া: কলগাছিয়াত বৃহস্পতিবাৰে ৰাতিপুৱা ৯.৩০ বজাত জনীয়াৰ বিধায়কৰ ইমামতিত ঈদৰ নামাজ আদায় হʼব বুলি জানিবলৈ দিয়ে বিধায়কে

Kalgachia, Barpeta | Apr 10, 2024
বৃহস্পতিবাৰে ৰাতিপুৱা ৯.৩০ বজাত কলগাছিয়া ঈদগাহ মৈদানত ৰাজহুৱা ভাবে অনুষ্ঠিত হব ঈদৰ নামাজ। জানিব পৰা মতে বিগত ২৪ বছৰ ধৰি জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ ইমামতিত আদায় হয় ঈদৰ নামাজ। প্ৰতি বছৰৰ দৰে এইবেলিও জনীয়াৰ বিধায়কৰ ইমামতিত ঈদৰ নামাজ আদায় হব বুলি জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে। যাৰ বাবে সজাই পৰাই তুলিছে কলগাছিয়া ইদগাহ মৈদান।

MORE NEWS

কলগাছিয়া: কলগাছিয়াত বৃহস্পতিবাৰে ৰাতিপুৱা ৯.৩০ বজাত জনীয়াৰ বিধায়কৰ ইমামতিত ঈদৰ নামাজ আদায় হʼব বুলি জানিবলৈ দিয়ে বিধায়কে - Kalgachia News