Public App Logo
Profile Picture

BARPETA NEWS

@bdnews
46224Followers
5Following
কলগাছিয়া: প্ৰাপ্য দৰমহা আদায়ৰ দাবীত কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ অংশকালীন শিক্ষকৰ অৱস্থান ধৰ্মঘট
বৰপেটা: কয়াকুছি গ্ৰন্থ আৰু বানিজ্য মেলাৰ প্ৰতীভা সন্ধানী পৰীক্ষা সন্দৰ্ভত সংবাদমেল, ৪১৮৮ জন পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হব পৰীক্ষাত
কলগাছিয়া: বৰপেটা জিলা পৰিষদৰ সমানেত্ৰী আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে জিলা পৰিষদৰ এটি সজাতি দলৰ লাংলা বজাৰ পৰিদৰ্শন
বৰপেটা: প্ৰয়াত আলেক উদ্দিনৰ কাৱৈমাৰীৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জনায় এআইইউডিএফৰ উপ সভাপতি মিনাক্ষী ৰহমানে
চেঙা: বিশ্ববিদ্যালয় আৰু বোর্ড সমূহে সময়মতে পৰীক্ষা পতা আৰু ফলাফল ঘোষণা নকৰে বুলি সদনত মন্তব্য কৰে বিধায়ক আশ্ৰাফুল হুছেইনে
বৰপেটা: লাঠ মণ্ডল নিযুক্তি সন্দৰ্ভত অসম বিধানসভাত প্ৰশ্ন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে
বৰমা ভাগ: বৰপেটাৰোডত স্পাইডাৰমেনৰ ৰূপত চোৰ, চুৰি কৰিবলৈ গৈ দ্বিতীয় মহলাৰ পৰা জাপ দিলে দুই চোৰ
কলগাছিয়া: বিধানসভাৰ মজিয়াত বহু বিবাহ সম্পৰ্কে কোৰানৰ আয়াত বিশ্লেষণ কৰে বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে
বৰমা ভাগ: বৰপেটাৰোড আৰক্ষীৰ অভিযানত ২লক্ষাধিক টকাৰ আ-অলংকাৰ, নগদ ধনসহ এজন চোৰ গ্ৰেপ্তাৰ, আদালতত হাজিৰ কৰায় জেললৈ প্ৰেৰণ
বৰপেটা: প্ৰাদেশিকীকৰণ পৰা বঞ্চিত বিদ্যালয়সমুহ প্ৰাদেশিকীকৰণ বাবে সদনত দাবী জনায় বিধায়ক জাকিৰ হুছেইন শিকদাৰে
বৰপেটা: শিক্ষা বিভাগৰ বিদ্যালয়সমূহৰ উন্নীতকৰণৰ বিষয়ে বিধানসভাত প্ৰশ্ন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে
বৰপেটা: বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত এনপিএছ কৰ্মচাৰীৰ কৰ্মবিৰতি
বৰপেটা: কলগাছিয়াত অসম আৰক্ষীত চাকৰি পোৱা ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত এআইইউডিএফৰ  সাধাৰণ সম্পাদক আশ্ৰাফুল মামুনৰ অংশ গ্ৰহণ
বাঘবৰ: জনীয়াত জবকাৰ্ডধাৰী শ্ৰমিক সকলক ১০০ দিনৰ কাম দিয়াৰ দাবীত কৃষক সভাৰ আন্দোলন
বৰমা ভাগ: বৰপেটা জিলাত ৰেচন কাৰ্ড হিতাধিকাৰীক আটা বা গম দিয়া হোৱা নাই বুলি বিধানসভাত প্ৰশ্ন কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে
বৰপেটা: জিলা আয়ুক্তৰ কাৰ্যালয়ত সংবিধান দিৱস পালন,  অতিৰিক্ত জিলা আয়ুক্তৰ অংশ গ্ৰহণ
বাঘবৰ: মিলিজুলিত ইডেন গাৰ্ডেন একাডেমী বাৰ্ষিক অধিবেশনত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আব্দুল আজিজৰ অংশ গ্ৰহণ
বৰপেটা: মধ্য চকিৰভিঠাত পথ দুৰ্ঘটনা, ই-ৰিক্সাই খুন্দাত থিতাতেই নিহত ৫ বছৰীয়া এজন শিশু
বজালী ভাগ: পাঠশালা থানাত হাজিৰ সাংবাদিক আৰু তেওৰ ৮ বছৰীয়া সন্তানক প্ৰাণে মৰাৰ ভাবুকি দিয়া হিতেশ দেৱ শৰ্মা
কলগাছিয়া: কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ অভাৱত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ
কলগাছিয়া: ভূমি বিবাদক কেন্দ্ৰ কৰি ডিমাপুৰত মাৰপিটৰ ঘটনা, কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল
বৰমা ভাগ: জনজাতিকৰণৰ দাবিত বৰপেটাৰোডত কোচৰাজবংশী ছাত্ৰ সন্থাৰ জোৰ সমদল
বজালী ভাগ: পাঠশালা প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত ভৱনটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
বৰপেটা: হাবি ৰাধাকুছি আঞ্চলিক বজাৰত বিপ্লৱ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ ৰূপালী জয়ন্তী উদযাপন সন্দৰ্ভত সংবাদমেল
বৰপেটা: কয়াকুছি গাঁৱৰ আই মাতৃৰ সৈতে মতবিনিময় কৰে এআইইউডিএফৰ নেতৃ মিনাক্ষী ৰহমানে