Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

বৰপেটা: জিলা আয়ুক্তৰ কাৰ্যালয়ত সংবিধান দিৱস পালন, অতিৰিক্ত জিলা আয়ুক্তৰ অংশ গ্ৰহণ

Barpeta, Barpeta | Nov 26, 2025
বৰপেটা জিলাত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিত সংবিধান দিৱস পালন কৰা হয়।‌ এই উপলক্ষে নিজৰ নিজৰ কৰ্মস্থলীত সকলোৱে একগোট হৈ ভাৰতবৰ্ষৰ সংবিধানখনৰ প্ৰস্তাৱনা পাঠ কৰে।‌ উল্লেখযোগ্য যে ১৯৪৯ ৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল।‌ সেই দিনটোৰ লগত সংগতি ৰাখি প্ৰতিবছৰে ২৬ নৱেম্বৰ দিনটো সংবিধান দিৱস ৰূপে পালন কৰি অহা হৈছে ।‌ বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়তো অতিৰিক্ত জিলা আয়ুক্তৰ উপস্থিতিত সংবিধান দিৱস উপলক্ষে প্ৰস্তাৱনা পাঠ কৰা হয়।‌

MORE NEWS