Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

চেঙা: বিশ্ববিদ্যালয় আৰু বোর্ড সমূহে সময়মতে পৰীক্ষা পতা আৰু ফলাফল ঘোষণা নকৰে বুলি সদনত মন্তব্য কৰে বিধায়ক আশ্ৰাফুল হুছেইনে

Chenga, Barpeta | Nov 28, 2025
অসম বিধানসভাত চতুৰ্থ দিনাৰ অধিবেশণত শুক্ৰবাৰে ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু বোর্ড সমূহে সময়মতে পৰীক্ষা পতা আৰু ফলাফল ঘোষণা নকৰে বুলি চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে মন্তব্য কৰে।বিধায়ক গৰাকীয়ে কয় বিশ্ববিদ্যালয় আৰু বোর্ড সমূহে সময়মতে পৰীক্ষা পতা আৰু ফলাফল ঘোষণা নকৰাত ফলাফলৰ পিছত ৰিপিট, বেক, বেটাৰমেণ্ট আদি পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থী সকলে এবছৰলৈ অপেক্ষা কৰিব লাগে।এই সন্দৰ্ভত বিধানসভাত এটি আইন উত্থাপন কৰি এই সমস্যাৰ সমাধান কৰিব লাগে বুলি বিধায়ক গৰাকীয়ে কয় ৷