Public App Logo
Jansamasya
Haryana
Uttarakhand
Crimenews
Education
Bareilly
Agra
Politics
Abvp
���ायल
Fatehpur
Jodhpur
Amitshah
Uppolice
Live
Pratapgarh
Westbengal
Ballia
Farrukhabad
Mirzapur
Rain
Tikamgarh
Trending
Prayagraj
Modiji
Protest
���तरपुर
���ोगी_आदित्यनाथ
Indianrailways
Letestnews

বৰপেটা: বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত এনপিএছ কৰ্মচাৰীৰ কৰ্মবিৰতি

Barpeta, Barpeta | Nov 27, 2025
বৰপেটাত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত এনপিএছ কৰ্মচাৰীৰ কৰ্মবিৰতি কাৰ্যসূচী।বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী সকলে কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰে।ফলত আয়ুক্তৰ কাৰ্যালয়ৰ কাম কাজ সম্পূৰ্ণ ভাবে স্থবিৰ হৈ পৰে।কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যাৰ সমাধান বিচাৰি বিশেষকৈ মুলত পূৰ্বৰ অ'পিএছ পেঞ্চন নীতি বাহালৰ দাবীত প্ৰশাসনীয় কৰ্মচাৰী সকলে দীৰ্ঘদিনে চলাই অহা আন্দোলনৰ কাৰ্যসূচী অনুসৰি প্ৰশাসনীয় কৰ্মচাৰী সকলেও কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে ৷
বৰপেটা: বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত এনপিএছ কৰ্মচাৰীৰ কৰ্মবিৰতি - Barpeta News