Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
बीजेपी
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
पटना
Rahulgandhi
Haryana
Crimenews
Bareilly
Breaking
Election
Politics
उत्तराखंड

বৰমা ভাগ: বৰপেটাৰোডত স্পাইডাৰমেনৰ ৰূপত চোৰ, চুৰি কৰিবলৈ গৈ দ্বিতীয় মহলাৰ পৰা জাপ দিলে দুই চোৰ

India | Nov 28, 2025
বৰপেটাৰোডত স্পাইডাৰমেনৰ ৰূপত চোৰ। চুৰি কৰিবলৈ গৈ দ্বিতীয় মহলাৰ পৰা জাপ দিয়া দুই চোৰ এতিয়া হস্পিটালত চিকিৎসাধীন । ধৃত দুই চোৰ বিশ্বজিৎ ৰয় আৰু মনিৰুল ইছলাম। বৰপেটাৰোডৰ শিমলাগুৰিত সংঘটিত হৈছে এই ঘটনা। অট্টালিকাটোৰ চকীদাৰে চোৰ দুটাক প্ৰত্যক্ষ কৰাৰ পিচতে দুই চোৰে দ্বিতীয় মহলাৰ পৰা জাপ মাৰে। শুক্ৰবাৰে ৰাতিপুৱা ১১ বজাত বৰপেটাৰোড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন দুই চোৰ।