Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

বৰমা ভাগ: বৰপেটা জিলাত ৰেচন কাৰ্ড হিতাধিকাৰীক আটা বা গম দিয়া হোৱা নাই বুলি বিধানসভাত প্ৰশ্ন কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে

India | Nov 26, 2025
অসম বিধানসভাত সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বৰপেটা জিলাত ইমানদিনে ৰেচন কাৰ্ড হিতাধিকাৰীক আটা বা গম দিয়া হোৱা নাই কিয় বুলি প্ৰশ্ন কৰে ৷ বিধায়ক গৰাকীয়ে কয় যে যোৱা বিধান সভাত এই বিষয়ে প্ৰশ্ন উত্থাপন হোৱাৰ পিছত দুমাহ মান আটাৰ যোগান ধৰা হৈছিল যদিও বৰ্তমান পুনৰ আটা দিয়া বন্ধ হৈছে ৷ বহু হিতাধিকাৰীয়ে ৰেচন কাৰ্ডত আটা বিচাৰে যদিও আটা নাপায় ৷
বৰমা ভাগ: বৰপেটা জিলাত ৰেচন কাৰ্ড হিতাধিকাৰীক আটা বা গম দিয়া হোৱা নাই বুলি বিধানসভাত প্ৰশ্ন কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে - India News