Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

বৰপেটা: প্ৰাদেশিকীকৰণ পৰা বঞ্চিত বিদ্যালয়সমুহ প্ৰাদেশিকীকৰণ বাবে সদনত দাবী জনায় বিধায়ক জাকিৰ হুছেইন শিকদাৰে

Barpeta, Barpeta | Nov 27, 2025
অসম বিধানসভাত তৃতীয় দিনাৰ অধিবেশণত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিভিন্ন কাৰণত প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হৈ থকা শিক্ষানুষ্ঠানসমুহ প্ৰাদেশিকীকৰণ কৰা বাবে বিধানসভাৰ অধ্যক্ষৰ জৰিয়তে বিভাগীয় মন্ত্ৰীক দাবী জনায় ৷ বিধায়ক গৰাকীয়ে ড্ৰপ পোষ্টসমূহত নিয়োজিত হৈ থকা শিক্ষক শিক্ষয়িত্ৰীসকলৰ চাকৰি প্ৰাদেশিকীকৰণ কৰাৰ লগতে শৌচালয় আৰু খোৱা পানীৰ ব্যৱস্থা নথকা বিদ্যালয় সমুহত শৌচালয় আৰু খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ সদনত বিভাগীয় মন্ত্ৰীক দাবী জনায় ৷

MORE NEWS

বৰপেটা: প্ৰাদেশিকীকৰণ পৰা বঞ্চিত বিদ্যালয়সমুহ প্ৰাদেশিকীকৰণ বাবে সদনত দাবী জনায় বিধায়ক জাকিৰ হুছেইন শিকদাৰে - Barpeta News