Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

কলগাছিয়া: বিধানসভাৰ মজিয়াত বহু বিবাহ সম্পৰ্কে কোৰানৰ আয়াত বিশ্লেষণ কৰে বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে

Kalgachia, Barpeta | Nov 27, 2025
অসম বিধানসভাত তৃতীয় দিনাৰ অধিবেশণত বৃহস্পতিবাৰে বহু বিবাহ বিধেয়ক খন উত্থাপন কৰা হয় ৷ বহু বিবাহ বিধেয়ক খন বিধান সভাত অনুমোদন হোৱাৰ পিছত জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে বিধানসভাৰ মজিয়াত কোৰানৰ আয়াত বিশ্লেষণ কৰে ৷ তেও কয় চৰিয়ত আইন আৰু ভাৰতীয় সংবিধানেও মুছলমানক বহু বিবাহৰ অনুমতি দিছে ৷ লগতে বিধায়ক গৰাকীয়ে কয় ভাৰতৰ আন ৰাজ্যত এই আইন নাই ৷ অকল অসমতে মুখ্যমন্ত্ৰীয়ে এই আইন আনিব বিচাৰিছে ৷
কলগাছিয়া: বিধানসভাৰ মজিয়াত বহু বিবাহ সম্পৰ্কে কোৰানৰ আয়াত বিশ্লেষণ কৰে বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে - Kalgachia News