Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

বাঘবৰ: মিলিজুলিত ইডেন গাৰ্ডেন একাডেমী বাৰ্ষিক অধিবেশনত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আব্দুল আজিজৰ অংশ গ্ৰহণ

Baghbor, Barpeta | Nov 25, 2025
মন্দিয়া সমষ্টিৰ মানিকপুৰৰ মিলিজুলিত ইডেন গাৰ্ডেন একাডেমী বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয় ৷ ইডেন গাৰ্ডেন একাডেমী বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আব্দুল আজিজ ৷ অধিবেশনত অংশ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে মুল্যৱান ভাষণ প্ৰদান কৰে আব্দুল আজিজে ৷
বাঘবৰ: মিলিজুলিত ইডেন গাৰ্ডেন একাডেমী বাৰ্ষিক অধিবেশনত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আব্দুল আজিজৰ অংশ গ্ৰহণ - Baghbor News