Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
बीजेपी
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
पटना
Rahulgandhi
Haryana
Crimenews
Bareilly
Breaking
Election
Politics
उत्तराखंड

বৰপেটা: কয়াকুছি গ্ৰন্থ আৰু বানিজ্য মেলাৰ প্ৰতীভা সন্ধানী পৰীক্ষা সন্দৰ্ভত সংবাদমেল, ৪১৮৮ জন পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হব পৰীক্ষাত

Barpeta, Barpeta | Nov 29, 2025
৩০ নবেম্বৰত অনুষ্ঠিত হ'ব দশম কয়াকুছি গ্ৰন্থ আৰু বানিজ্য মেলাৰ প্ৰতীভা সন্ধানী পৰীক্ষা।যাৱতীয় প্ৰস্তুতি সম্পন্ন। শনিবাৰে সংবাদমেল যোগে ঘোষণা পৰীক্ষা পৰিচালনা সমিতিৰ। পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই পৰীক্ষাৰ্থীয়ে নিজৰ নিজৰ এডমিট কাৰ্ড সংগ্ৰহ কৰিবলৈ আহ্বান। অসমৰ বিভিন্ন প্ৰান্তৰ ২১৬ খন শিক্ষানুষ্ঠানৰ মুঠ ৪১৮৮ জন পৰীক্ষাৰ্থীয়ে প্ৰতীভা সন্ধানী পৰীক্ষাৰ বাবে আবেদন কৰিছে। কয়াকুছি অঞ্চলৰ ১৮ খনকৈ পৰীক্ষা কেন্দ্ৰত ৩০ নবেম্বৰৰ পুৱা দহ বজাৰ পৰা আৰম্ভ হ'ব পৰীক্ষা।
বৰপেটা: কয়াকুছি গ্ৰন্থ আৰু বানিজ্য মেলাৰ প্ৰতীভা সন্ধানী পৰীক্ষা সন্দৰ্ভত সংবাদমেল, ৪১৮৮ জন পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হব পৰীক্ষাত - Barpeta News