Public App Logo
Jansamasya
Punjab
Pratapgarh
Live
Westbengal
Ballia
Farrukhabad
Mirzapur
Rain
Haridwar
Tikamgarh
Trending
Prayagraj
Modiji
Protest
���तरपुर
���ोगी_आदित्यनाथ
Letestnews
Arvindkejriwal
Weather
Hapur
Noida
Rahul
Indianews
New_delhi
Akhileshyadav
Newsupdate
Upnews
Dehradun
Viralvideo

বৰপেটা: মধ্য চকিৰভিঠাত পথ দুৰ্ঘটনা, ই-ৰিক্সাই খুন্দাত থিতাতেই নিহত ৫ বছৰীয়া এজন শিশু

Barpeta, Barpeta | Nov 25, 2025
পাকাবেতবাৰী সমষ্টিৰ পুতলাৰটাৰী সংযোগী মধ্য চকিৰভিঠা গাঁৱৰ নুৰ ইছলামৰ একমাত্ৰ পুত্ৰ মিজানুৰ ইছলামক ই-ৰিক্সাই খুন্দিয়াৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় শিশুটি ৷ ঘটনাস্থলীত কয়াকুছি আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ হস্পিতাললৈ প্ৰেৰণ কৰি তদন্ত কৰে ৷