Public App Logo
Jansamasya
Haryana
Uttarakhand
Crimenews
Education
Bareilly
Agra
Politics
Abvp
���ायल
Fatehpur
Jodhpur
Amitshah
Uppolice
Live
Pratapgarh
Westbengal
Ballia
Farrukhabad
Mirzapur
Rain
Tikamgarh
Trending
Prayagraj
Modiji
Protest
���तरपुर
���ोगी_आदित्यनाथ
Indianrailways
Letestnews

কলগাছিয়া: প্ৰাপ্য দৰমহা আদায়ৰ দাবীত কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ অংশকালীন শিক্ষকৰ অৱস্থান ধৰ্মঘট

Kalgachia, Barpeta | Nov 29, 2025
কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ছাহজাহান আলী আহমেদৰ বিৰুদ্ধে অংশকালীন শিক্ষকৰ অৱস্থান ধৰ্মঘট। ৭ মাহৰ প্ৰাপ্য দৰমহা প্ৰাপ্যৰ দাবীত অংশকালীন শিক্ষকৰ এই অৱস্থান ধৰ্মঘট। কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ছাহজাহান আলী আহমেদৰ বিৰুদ্ধে অধ্যক্ষৰ কাৰ্য্যালয়ৰ সন্মুখত এই প্ৰতিবাদ। দীৰ্ঘ দিনৰ পৰা অংশকালীন শিক্ষকৰ দৰমহা আদায় দিব বুলি কৈ এতিয়ালৈ আদায় নিদিয়াত অৱস্থান ধৰ্মঘটত বহে অংশকালীন শিক্ষক সকল।