Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

বজালী ভাগ: পাঠশালা থানাত হাজিৰ সাংবাদিক আৰু তেওৰ ৮ বছৰীয়া সন্তানক প্ৰাণে মৰাৰ ভাবুকি দিয়া হিতেশ দেৱ শৰ্মা

Bajali Part, Barpeta | Nov 25, 2025
বাক্সাৰ জে’লৰ বাহিৰত জুবিন অনুৰাগীৰ ওপৰত হিতেশ দেৱ শৰ্মাৰ পুত্ৰ আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাই নিৰ্যাতন চলোৱা লাইভ দেখুওৱাৰ বাবেই সাংবাদিকক হত্যাৰ ভাবুকি দিছিল হিতেশ দেৱ শৰ্মাই ৷ সাংবাদিকৰ লগতে তেওঁৰ ৮ বছৰীয়া পুত্ৰক মাৰি পেলোৱাৰ ভাবুকি দিয়াৰ পিছত প্ৰাক্তন আমোলা হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে সাংবাদিক গৰাকীয়ে থানাত এজাহাৰ দাখিল কৰিছিল ৷ মঙলবাৰে পাঠশালা থানাত হাজিৰ হয় সাংবাদিক আৰু তেওৰ ৮ বছৰীয়া সন্তানক প্ৰাণে মৰাৰ ভাবুকি দিয়া হিতেশ দেৱ শৰ্মাই ৷