Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

কলগাছিয়া: ভূমি বিবাদক কেন্দ্ৰ কৰি ডিমাপুৰত মাৰপিটৰ ঘটনা, কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল

Kalgachia, Barpeta | Nov 25, 2025
কলগিছয়াৰ ডিমাপুৰত ভূমি বিবাদক কেন্দ্ৰ দুই ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। সাহেব আলী, ছামচুল আলম, শিৰাজ উদ্দিন, নাজিম উদ্দিন আৰু ইক্ৰামুল হুছেইনৰ আক্ৰমণত আনোৱাৰ হুছেইনৰ লগতে মহিলাসহ পাঁচজনকৈ লোক আহত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাকলৈ অনোৱাৰ হুছেইনে সাহেব আলী, ছামচুল আলম, শিৰাজ উদ্দিন, নাজিম উদ্দিন আৰু ইক্ৰামুল হুছেইনৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

MORE NEWS