Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

বৰপেটা: কলগাছিয়াত অসম আৰক্ষীত চাকৰি পোৱা ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত এআইইউডিএফৰ সাধাৰণ সম্পাদক আশ্ৰাফুল মামুনৰ অংশ গ্ৰহণ

Barpeta, Barpeta | Nov 26, 2025
ডিফেন্স ওৱৰ্ড ফিজিকেল কোচিং চেণ্টাৰ কলগাছিয়াৰ পৰা এইবছৰ ৭ জন ছাত্ৰ-ছাত্ৰীয়ে অসম আৰক্ষীত চাকৰি পাবলৈ সক্ষম হৈছে। সেই উপলক্ষে কোচিং চেণ্টাৰখনত বুধবাৰে এখন সম্বৰ্ধনা অনুষ্ঠানৰ অনুষ্ঠিত হয়। কোচিং চেণ্টাৰ সঞ্চালক ৰফিকুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত বৰপেটা জিলা এআইইউডিএফৰ সাধাৰণ সম্পাদক আশ্ৰাফুল মামুনৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলে কৃতি ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে ।

MORE NEWS