Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

বৰপেটা: কয়াকুছি গাঁৱৰ আই মাতৃৰ সৈতে মতবিনিময় কৰে এআইইউডিএফৰ নেতৃ মিনাক্ষী ৰহমানে

Barpeta, Barpeta | Nov 24, 2025
২৬ চনৰ বিধান সভাৰ নিৰ্বাচনৰ বাবে ক্ৰমাৎ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমুহ ৷ শাসক বিৰোধী সকলো ৰাজনৈতিক দল সমুহে ৰাইজৰ মাজত সোমাই পৰিছে ৷ সোমবাৰে পাকাবেতবাৰী সমষ্টিৰ ২৬ নং পশ্চিম পাকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কয়াকুছি গাঁৱৰ আই মাতৃৰ সৈতে মত বিনিময় কৰে এআইইউডিএফৰ নেতৃ মিনাক্ষী ৰহমানে

MORE NEWS