Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বৰমা ভাগ: বৰপেটাৰোড আৰক্ষীৰ অভিযানত ২লক্ষাধিক টকাৰ আ-অলংকাৰ, নগদ ধনসহ এজন চোৰ গ্ৰেপ্তাৰ, আদালতত হাজিৰ কৰায় জেললৈ প্ৰেৰণ

India | Nov 27, 2025
বৰপেটাৰোড আৰক্ষীৰ অভিযানত ২লক্ষাধিক টকাৰ চোৰাং সোণ ৰূপৰ আ-অলংকাৰ, কাঁহৰ বাচন বৰ্ত্তন, নগদ ধনসহ এজন চোৰ গ্ৰেপ্তাৰ । গ্ৰেপ্তাৰ কৰা চোৰটো হ'ল আজাদ নগৰৰ ইনামুল মিঞা। আৰক্ষীৰ অভিযানত নগত চল্লিশ হাজাৰ নগদ টকা আৰু ২ লক্ষাধিক টকা মূল্যৰ সোন ৰূপৰ অলংকাৰ, কাঁহৰ বাচন বৰ্ত্তন, ইলেট্ৰনিক সা-সামগ্ৰীৰ উদ্বাৰ কৰে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত ইনামূল মিঞাক জিলা আদালতত হাজিৰ কৰাই জেল হাজতলৈ প্ৰেৰণ কৰে।
বৰমা ভাগ: বৰপেটাৰোড আৰক্ষীৰ অভিযানত ২লক্ষাধিক টকাৰ আ-অলংকাৰ, নগদ ধনসহ এজন চোৰ গ্ৰেপ্তাৰ, আদালতত হাজিৰ কৰায় জেললৈ প্ৰেৰণ - India News