Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

বৰপেটা: লাঠ মণ্ডল নিযুক্তি সন্দৰ্ভত অসম বিধানসভাত প্ৰশ্ন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে

Barpeta, Barpeta | Nov 28, 2025
অসম বিধানসভাত চতুৰ্থ দিনাৰ অধিবেশণত শুক্ৰবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে লাঠ মণ্ডল নিযুক্তি সন্দৰ্ভত অসম বিধানসভাত বিভাগীয় মন্ত্ৰীক প্ৰশ্ন কৰে ৷ বিধায়ক গৰাকীয়ে কয় লাট মণ্ডল নথকাৰ বাবে দুৰ্যোগৰ সময়ত জনসাধাৰণৰ যথেষ্ট কষ্ট হয় ৷ বিধায়ক গৰাকীৰ প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই কয় ৰাজ্যত শীঘ্ৰেই পূৰণ হ'ব লাট মণ্ডলৰ খালী পদ ৷ অহা নিৰ্বাচনৰ পুৰ্বে পদ সমুহ দিয়াৰ চেষ্টা কৰিব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

MORE NEWS