Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
बीजेपी
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
पटना
Rahulgandhi
Haryana
Crimenews
Bareilly
Breaking
Election
Politics
उत्तराखंड

বৰপেটা: হাবি ৰাধাকুছি আঞ্চলিক বজাৰত বিপ্লৱ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ ৰূপালী জয়ন্তী উদযাপন সন্দৰ্ভত সংবাদমেল

Barpeta, Barpeta | Nov 24, 2025
১০ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব চিকাৰভিঠা বিপ্লৱ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ ৰূপালী জয়ন্তীৰ সমাৰোহ। হাবি ৰাধাকুছি আঞ্চলিক বজাৰত অনুষ্ঠিত হব লগা চিকাৰভিঠা বিপ্লৱ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ ৰূপালী জয়ন্তীৰ সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰে উদযাপন সমিতিয়ে । ৰূপালী জয়ন্তীৰ কাৰ্যসূচীত থাকিব সাংস্কৃতিক শোভাযাত্ৰা, আলোচনা চক্র, মুকলি সভা, বিভিন্ন প্রতিযোগিতা থাকিব বুলি সংবাদমেলত সদৰি কৰে ।
বৰপেটা: হাবি ৰাধাকুছি আঞ্চলিক বজাৰত বিপ্লৱ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ ৰূপালী জয়ন্তী উদযাপন সন্দৰ্ভত সংবাদমেল - Barpeta News