Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

কলগাছিয়া: কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ অভাৱত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ

Kalgachia, Barpeta | Nov 25, 2025
কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি এক চাঞ্চল্যৰ সৃষ্টি হয় । সৰভোগৰ ডেকাৰবৰিৰ জমিনুৰ হকৰ পত্নী মমতাজ বেগমৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হোৱাত চিকিৎসালয়খনত ভৰ্তি কৰায় যদিও কোনো চিকিৎসকৰ সঁহাৰি নাপায় ৩৯ বছৰীয়া মহিলা গৰাকী মৃত্যুক হয় বুলি অভিযোগ কৰিছে স্বামীৰ লগতে আত্মীয়ই। ইফালে চিকিৎসালয় খনত বিনামূলীয়া চিটি স্কেন আৰু এক্সৰেৰ নামত কৰ্মচাৰীয়ে ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে।