Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বজালী ভাগ: পাঠশালা প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত ভৱনটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

Bajali Part, Barpeta | Nov 24, 2025
পাঠশালাৰ সংবাদকৰ্মী সকলৰ অনুষ্ঠান পাঠশালা প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত ভৱনটো সোমবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ৷ পাঠশালা প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত ভৱনটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে প্ৰাক্তন সাংবাদ কৰ্মী তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । পাঠশালা প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে তেওলোকৰ সময়ৰ সাংবাদিকতা আৰু বৰ্তমানৰ সাংবাদিকতাৰ বিষয়ে আলোকপাত কৰে ৷