Public App Logo
Profile Picture

জোনাই নিউজ

@karabidoley
112491Followers
0Following
ধেমাজি: জোনাইত অখিল গগৈ আৰু ভূপেন বৰাক শনিয়ে পাইছে, যাৰ ফলত দুয়োৰে আত্মা অশান্ত  বুলি মন্তব্য বিধায়ক ভূৱন পেগুৰ৷
ধেমাজি: জোনাইৰ চিগাৰ এগৰাকী লোকৰ ঘৰত বিধ্বংসী অগ্নিকাণ্ড, দুটা ঘৰ ভষ্মীভূত হোৱাৰ লগতে এজন লোক অগ্নিদগ্ধ হৈ আহত
ধেমাজি: জোনাইৰ গালীস্থিত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ১
ধেমাজি: জোনাই জামে মজদিত  কেবাশতাধিক ইছলাম ধৰ্মালম্ৱী লোকৰ ঈদ-ইল-ফিটৰ"  উদযাপন
ধেমাজি: বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক মুকলি সমৰ্থনৰ সিদ্ধান্ত বড়ো জাতীয় সংগঠনৰ, চিলি ভগৱান বড়ো সাহিত্য সভা ভৱনত  ৰাজহুৱা সভা
ধেমাজি: চিলাপথাৰ প্ৰেছ ক্লাৱত ১২ নং লক্ষিমপুৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দেৱনাথ  পাইটৰ  সংবাদমেল
ধেমাজি: জোনাই কেমিত দুটা বৃহৎ হাতীদাঁত জব্দ
ধেমাজি: মাজৰবাৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ নিৰ্বাচনী প্ৰচাৰ, প্ৰদান বৰুৱাক তীব্ৰ সমালোচনা
ধেমাজি: মাজৰবাৰী লাডাংগুৰীত বান-খহনীয়াৰ পৰা ৰক্ষা পাবলৈ অগণন ভুক্তভোগী লোকৰ শ্ৰীশ্ৰী মা গংগা পূজা পালন
ধেমাজি: কংগ্ৰেছ নেতাসকলৰ পদত্যাগে লখিমপুৰ লোকসভা সমষ্টিত একো প্ৰভাৱ নেপেলায়ঃ জোনাইত মন্তব্য কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ
ধেমাজি: জোনাইৰ লক্ষী নেপালীবস্তিত অগ্নিকাণ্ড, কেইবাহাজাৰ টকাৰ মৰাপাট ভস্মীভূত
ধেমাজি: জোনাইত ধুমুহাৰ তাণ্ডৱ৷ বহু ঘৰবাৰী  তচনচ হোৱাৰ লগতে ভাঙে পেলাইছে বহু গছ গছনি ,সোমবাৰে   ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিক্ৰিয়া
ধেমাজি: এইবাৰ লোক সভা নিৰ্বাচনত বহু ভোট কেন্দ্ৰত কংগ্ৰেছ শূণ্য হ'ব - চিলাপথাৰত  মন্তব্য বিধায়ক ভূৱন পেগুৰ
ধেমাজি: তেলাম লক্ষীপথাৰ খেল পথাৰত  প্ৰদান বৰুৱাৰ বিশাল নিৰ্বাচনী প্ৰচাৰ, অংশগ্ৰহণ জোনাই বিধায়ক ভূৱন পেগুৰ
ধেমাজি: চেঙাজানত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া পৰিদৰ্শন, ৰাইজৰ লগত মত-বিনিময়  কৰে বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰদান বৰুৱা
ধেমাজি: জোনাইত উজনি অসমৰ ৫ খন আসন লাভ কৰিব বিৰোধী ঐক্যমঞ্চই- অসম প্ৰদেশ কংগ্ৰেছে কমিটিৰ সভাপতি ভূপেন বৰা
ধেমাজি: জোনাই মূল্যবৃদ্ধি কমাবলৈ আৰু দেশক বচাবলৈ ৰাইজক  হাততৰ চিনত ভোট দিবলৈ আহ্বান ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ
ধেমাজি: ধেমাজি  বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস অংশগ্ৰহণ  বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ
ধেমাজি: কাঁউৰী বাহত কুলিচৰাইৰ নিচিনা সংসদত বহিথাকে তেওঁ, প্ৰদান বৰুৱা - জোনাইত তৃণমূল কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ঘনকান্ত চুতীয়া
ধেমাজি: আবুটানি লত্তাত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী সভাত বিজেপিক ১০০ শতাংশ ভোটদি কংগ্ৰেছ শূন্য কৰিব লাগে মন্তব্য বিধায়ক ভূৱনপেগুৰ
ধেমাজি: কেবাৰাংগ গাঁৱত মিচিং জনগোষ্ঠী কৃষিভিত্তিক ধৰ্মীয় পঃৰাগ উৎসৱ উদযাপন,গুমৰাগৰ নৃত্যত  মুখৰ চৌদিশ
ধেমাজি: জোনাইবাসীক সম্পূৰ্ণ বিনামূলীয়া ভাৱে স্বৰ্গৰথ বাহন উচৰ্গা AJYCPৰ,  ধেমাজি জিলা AJYCP ৰ সভাপতি জ্ঞান শৰ্মাৰ৷
ধেমাজি: জোনাইৰ মাজেদি অব্যাহত গৰুৰ চোৰাং বেপাৰ, নিৰৱ আৰক্ষী প্ৰসাশন৷ জোনাইত AJYCP ধেমাজি জিলা সভাপতি জ্ঞান শৰ্মাৰ প্ৰতিক্ৰিয়া
ধেমাজি: জোনাইৰ লেকু গাঁৱৰ একেটা পৰিয়ালৰ ২০ দিন ধৰি নিৰুদ্দেশ হৈ আছে চাৰিজনকৈ লোক, পৰিয়ালৰ মাজত হাহাকাৰ।
ধেমাজি: মই বিৰোধী দলৰ প্ৰাৰ্থীৰ নামেই নাজানো বিৰোধী এতিয়া গণ বিচ্ছিন্ন- জোনাইত  এই মন্তব্য  মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱা