Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: জোনাইত অখিল গগৈ আৰু ভূপেন বৰাক শনিয়ে পাইছে, যাৰ ফলত দুয়োৰে আত্মা অশান্ত বুলি মন্তব্য বিধায়ক ভূৱন পেগুৰ৷

Dhemaji, Dhemaji | Apr 12, 2024
জোনাইত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শুক্ৰবাৰে সন্ধিয়া ৫.৩০ বজাত জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে কয় “অখিল গগৈৰ গাত শনিয়ে লম্ভিছে৷ অখিল গগৈৰ চেহেৰাটো দেখিলেই লাগে অশান্ত আত্মাৰ দৰে৷ সেয়ে সকলোৱে অখিল গগৈৰ পৰা আতঁৰি থাকিব লাগে, নহলে আপোনালোকৰ গাতো লম্ভিব শনিয়ে৷” শনিয়ে পোৱা অখিল গগৈয়ে ভূপেন বৰাৰ গাত লম্বিছে৷ ভূপেন বৰাকো ডাঙৰ শনিয়ে লম্ভিছে৷ যাৰ ফলত ভূপেন বৰাই কৰিব পৰা নাই সুস্থ চিন্তাধাৰা বুলি তীব্ৰ সমালোচনা কৰে বিধায়ক ভূৱন পেগুৰ
ধেমাজি: জোনাইত অখিল গগৈ আৰু ভূপেন বৰাক শনিয়ে পাইছে, যাৰ ফলত দুয়োৰে আত্মা অশান্ত বুলি মন্তব্য বিধায়ক ভূৱন পেগুৰ৷ - Dhemaji News