Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: জোনাই কেমিত দুটা বৃহৎ হাতীদাঁত জব্দ

Dhemaji, Dhemaji | Apr 10, 2024
কেমিত আজি গুৱাহাটী এছটিএফ আৰু জোনাই আৰক্ষীৰ যৌথ অভিযানত বৃহৎ আকাৰৰ দুটা হাতীদাঁত জব্দ কৰে। লোকসভা নিৰ্বাচনৰ গইনা লৈ একাংশ বনদস্যুই গোপনে জোনাইত চলাই গৈছে ৰমৰমীয়া চোৰাং ব্যৱসায়ী। কেমি অঞ্চলত ২ চোৰাং ব্যৱসায়ীয়ে এআৰ-০৯-০৯০৭ নম্বৰৰ টিভিএছ বাইকত হাতীদাঁত দুটা নি থকা অৱস্থাত এছটিএফ আৰু আৰক্ষীয়ে খেদি খেদি জব্দ কৰে যদিও চোৰাং চিকাৰী দুজন পলাই যাবলৈ সক্ষম হয়।
ধেমাজি: জোনাই কেমিত দুটা বৃহৎ হাতীদাঁত জব্দ - Dhemaji News