Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: আবুটানি লত্তাত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী সভাত বিজেপিক ১০০ শতাংশ ভোটদি কংগ্ৰেছ শূন্য কৰিব লাগে মন্তব্য বিধায়ক ভূৱনপেগুৰ

Dhemaji, Dhemaji | Apr 5, 2024
শুক্ৰবাৰে দিনৰ ১.৩০ বজাত ১২নং লখিমপুৰ লোকসভা সমষ্টিৰ ৮০ নং জোনাই বিধানসভা সমষ্টিৰ জোনাইৰ জোনেকাৰেংস্থিত আবুটানি লত্তাত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ৰাইজক উদ্দেশ্যে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে পুণৰ প্ৰধানমন্ত্ৰী পতিবলৈ সকলোকে সংকল্প লবলৈ আহ্বান জানায়৷ পৰিৱৰ্তনৰ ফালে আগবাঢ়ি যোৱা বিজেপিক ১০০ শতাংশ ভোট দি কংগ্ৰেছ শূন্য কৰিব লাগে বুলি মন্তব্য বিধায়ক গৰাকীৰ৷