Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: জোনাইবাসীক সম্পূৰ্ণ বিনামূলীয়া ভাৱে স্বৰ্গৰথ বাহন উচৰ্গা AJYCPৰ, ধেমাজি জিলা AJYCP ৰ সভাপতি জ্ঞান শৰ্মাৰ৷

Dhemaji, Dhemaji | Apr 4, 2024
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,জোনাই আঞ্চলিক সমিতিয়ে ৰাইজৰ বাবে উচ্চৰ্গা কৰিছে 'স্বৰ্গৰথ" জোনাইবাসী ৰাইজৰ সুবিধাৰ্থে সম্পূৰ্ণ বিনামূলীয়া ভাৱে এখনি স্বৰ্গৰথ বাহন  ৰাইজক উচৰ্গা কৰিছে AJYCP । AJYCP কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইয়ে উন্মোচন কৰা স্বৰ্গৰথ খন 7002846163, 8011234055 আৰু 8099826848 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান ধেমাজি জিলা AJYCP ৰ সভাপতি জ্ঞান শৰ্মাৰ৷
ধেমাজি: জোনাইবাসীক সম্পূৰ্ণ বিনামূলীয়া ভাৱে স্বৰ্গৰথ বাহন উচৰ্গা AJYCPৰ, ধেমাজি জিলা AJYCP ৰ সভাপতি জ্ঞান শৰ্মাৰ৷ - Dhemaji News