Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: জোনাই জামে মজদিত কেবাশতাধিক ইছলাম ধৰ্মালম্ৱী লোকৰ ঈদ-ইল-ফিটৰ" উদযাপন

Dhemaji, Dhemaji | Apr 11, 2024
ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে জোনাইতো বৃস্পতিবাৰে দিনৰ ৯ বজাৰ পৰা উলহ মালহেৰে পবিত্ৰ "ঈদ-ইল-ফিটৰ" উদযাপন কৰা হয় ৷ পবিত্ৰ ৰমজান মাহৰ এমাহ জোৰা ৰোজাৰ অন্তত ইছলাম ধৰ্মী লোক সকলে পালন কৰিছে ঈদ উল ফিতৰ। ঈদৰ উপলক্ষে জোনাইৰ সকলোতকৈ পুৰণি জামে মজদিত অনুষ্ঠিত হয় সমূহীয়া নামাজ৷ প্ৰায় কেবাশতাধিক ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাবেশেৰে জোনাই জামে মজদিত অনুষ্ঠিত হয় ঈদৰ সমূহীয়া নামাজ|
ধেমাজি: জোনাই জামে মজদিত কেবাশতাধিক ইছলাম ধৰ্মালম্ৱী লোকৰ ঈদ-ইল-ফিটৰ" উদযাপন - Dhemaji News