Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: জোনাইৰ মাজেদি অব্যাহত গৰুৰ চোৰাং বেপাৰ, নিৰৱ আৰক্ষী প্ৰসাশন৷ জোনাইত AJYCP ধেমাজি জিলা সভাপতি জ্ঞান শৰ্মাৰ প্ৰতিক্ৰিয়া

Dhemaji, Dhemaji | Apr 4, 2024
জোনাইত অব্যাহত আছে গৰুৰ চোৰাং বেপাৰ৷ গঢ়ি তুলিছে গৰু চোৰাংকৈ চালান দিয়াৰ এক ৰমৰমীয়া চিণ্ডিকেট৷ সৰু সৰু পিকআপ বাহনত গৰু সমূহ কোনো ধৰণৰ বৈধ কাগজ পত্ৰ নোহোবাকৈ নিতৌ জোনাই সদৰৰ মাজেদি পাৰ হয় মুকলি বাৱে৷ জোনাই সদৰৰ মাজেদি এই গৰু ভৰ্তি বাহন সমূহ পাৰাপাৰ কৰি দিয়াৰ নামত গঢ়ি তোলা হৈছে এক বৃহৎ চিণ্ডিকেট৷ শক্তিশালী এই চিণ্ডিকেটলৈ ভয় কৰি নীৰৱ ভুমিকা গ্ৰহণ কৰিছে জোনাই আৰক্ষীয়ে৷ চৰকাৰক এই গৰু চিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ আহ্বান AJYCP ধেমাজি জিলা সভাপতি জ্ঞান শৰ্মাৰ |