Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: তেলাম লক্ষীপথাৰ খেল পথাৰত প্ৰদান বৰুৱাৰ বিশাল নিৰ্বাচনী প্ৰচাৰ, অংশগ্ৰহণ জোনাই বিধায়ক ভূৱন পেগুৰ

Dhemaji, Dhemaji | Apr 7, 2024
তেলাম লক্ষীপথাৰ খেল পথাৰত দেওবাৰে দিনৰ ১১ বজাত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে ১২নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাই। সভাত বিভিন্ন জাতি জনগোষ্ঠীয়ে বিশাল ৰেলীৰে আদৰণি আনে বিজেপিৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাক। সভাত অংশগ্ৰহণ কৰি বিধায়ক ভূৱন পেগুৱে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰদান বৰুৱাক এশ নহয় এক হাজাৰ শতাংশ ভোটৰ ব্যৱধানত বিজয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়৷
ধেমাজি: তেলাম লক্ষীপথাৰ খেল পথাৰত প্ৰদান বৰুৱাৰ বিশাল নিৰ্বাচনী প্ৰচাৰ, অংশগ্ৰহণ জোনাই বিধায়ক ভূৱন পেগুৰ - Dhemaji News