Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: জোনাইত উজনি অসমৰ ৫ খন আসন লাভ কৰিব বিৰোধী ঐক্যমঞ্চই- অসম প্ৰদেশ কংগ্ৰেছে কমিটিৰ সভাপতি ভূপেন বৰা

Dhemaji, Dhemaji | Apr 6, 2024
জোনাইত শনিবাৰে আবেলি ৬ বজাত সংবাদমাধ্যমৰ আগত অসম প্ৰদেশ কংগ্ৰেছে কমিটিৰ সভাপতি ভূপেন বৰা কয় প্ৰদান বৰুৱাই সংসদত সমষ্টিৰ সমস্যাৰ কথা কোনো দিনে মাত নেমাতিলে বুলি কৈ সমস্যাজৰ্জৰিত লখিমপুৰৰ পৰা এজন উপযুক্ত প্ৰাৰ্থী বিজয়ী কৰোৱাই পঠোৱাটো ৰাইজে চিন্তা কৰিছে বুলি উল্লেখ কৰি এই সকলো কথা ৰাইজে বুজি পাইছে গতিকে উজনি অসমৰ ৫ টা আসন কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চই লাভ কৰিব বুলি জানিব দিয়ে ভূপেন বৰাই৷
ধেমাজি: জোনাইত উজনি অসমৰ ৫ খন আসন লাভ কৰিব বিৰোধী ঐক্যমঞ্চই- অসম প্ৰদেশ কংগ্ৰেছে কমিটিৰ সভাপতি ভূপেন বৰা - Dhemaji News