Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: কেবাৰাংগ গাঁৱত মিচিং জনগোষ্ঠী কৃষিভিত্তিক ধৰ্মীয় পঃৰাগ উৎসৱ উদযাপন,গুমৰাগৰ নৃত্যত মুখৰ চৌদিশ

Dhemaji, Dhemaji | Apr 5, 2024
শুক্ৰবাৰে পুৱা ৯ বজাৰ পৰা নিৰ্বাচনৰ বতৰতে ঐনিতমৰ সুৰ , গুমৰাগ নৃত্যত মুখৰিত কেবাৰাংগ গাঁও ৷ কনেঙৰ গুমৰাগৰ নৃত্যত মুখৰ চৌদিশ৷ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গাঁওখনত অনুষ্ঠিত হৈছে ৷মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক ধৰ্মীয় পঃৰাগ উৎসৱ ৷ ৪৪ টা বছৰৰ পিছত অনুষ্ঠিত কৰা এই পঃৰাগ উৎসৱক লৈ বিৰাজ কৰিছে উদুলি মুদুলি পৰিৱেশ।উৎসৱৰ আনন্দত ভাগ লৈছে গাঁৱৰ ডেকা-বুঢ়া সকলোৱে ৷পৰম্পৰাগত ৰীতি-নীতিৰে বিভিন্ন মাংগলিক কাৰ্যসূচী সমাপন কৰাৰ পাছতে সুস্বাদু ব্যঞ্জনৰ জুতি লৈছে লোকসকলে