Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: চিলাপথাৰ প্ৰেছ ক্লাৱত ১২ নং লক্ষিমপুৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দেৱনাথ পাইটৰ সংবাদমেল

Dhemaji, Dhemaji | Apr 10, 2024
বিজেপি আৰু বিৰোধী ঐক্য মঞ্চক পৰাভূত কৰাৰ লক্ষ্যৰে চিলাপথাৰ প্ৰেছ ক্লাৱত বুধবাৰে দিনৰ ১ বজাত ১২ নং লক্ষিমপুৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দেৱনাথ পাইটে এখন সংবাদমেল আয়োজন কৰে ৷ # সংবাদমেলত নিৰ্দলীয় প্ৰাৰ্থী দেৱনাথ পাইটে কয় ভাৰতীয় জনতা পাটিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই ৰাইজৰ সমস্যা সম্পৰ্কত সদনত মাত মতাৰ সলনি নীৰৱ ভূমিকা পালন কৰি আহিছে । ইফালে কংগ্ৰেছ দলেও পৰৰ্ৱতী সময়ত কেনে নেতিবাচক ভূমিকা পালন কৰি গৈছিল প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰিছে বুলি মন্তব্য:৷
ধেমাজি: চিলাপথাৰ প্ৰেছ ক্লাৱত ১২ নং লক্ষিমপুৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দেৱনাথ পাইটৰ সংবাদমেল - Dhemaji News