Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: কংগ্ৰেছ নেতাসকলৰ পদত্যাগে লখিমপুৰ লোকসভা সমষ্টিত একো প্ৰভাৱ নেপেলায়ঃ জোনাইত মন্তব্য কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ

Dhemaji, Dhemaji | Apr 9, 2024
লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই ৮০নং জোনাই বিধানসভা সমষ্টিৰ কেইবাখনো গাঁৱত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। প্ৰচাৰৰ অভিযানত কংগ্ৰেছ ঐক্যমঞ্চৰ মনোনীত প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই ভৰত নৰহ, ৰানীৰ নৰহ তথা আন আন নেতাসকলৰ কংগ্ৰেছ ত্যাগে নিৰ্বাচনত একো প্ৰভাৱ নেপেলায়, বৰঞ্চ তৃণমূল কৰ্মীসকলে দুগুণ উৎসাহৰে কাম কৰিব বুলি মন্তব্য প্ৰদান কৰে।
ধেমাজি: কংগ্ৰেছ নেতাসকলৰ পদত্যাগে লখিমপুৰ লোকসভা সমষ্টিত একো প্ৰভাৱ নেপেলায়ঃ জোনাইত মন্তব্য কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ - Dhemaji News