Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক মুকলি সমৰ্থনৰ সিদ্ধান্ত বড়ো জাতীয় সংগঠনৰ, চিলি ভগৱান বড়ো সাহিত্য সভা ভৱনত ৰাজহুৱা সভা

Dhemaji, Dhemaji | Apr 11, 2024
ইউবিপিঅৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত বৃস্পতিবাৰে দিনৰ ১১ বজাত চিলি ভগৱান বড়ো সাহিত্য সভা ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। ইউবিপিঅৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি চনসিং ব্ৰহ্মই আঁতধৰা ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে বিকেডব্লিউএচিৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে ৷ সভাত উপস্থিত থাকি ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক বড়ো ভোটাৰ ৰাইজক মুকলি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়।