Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: জোনাইৰ গালীস্থিত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ১

Dhemaji, Dhemaji | Apr 11, 2024
জোনাইৰ গালীস্থিত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে দিনৰ ১.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ নাৰীৰ এখন নিৰ্বাচনী সভাৰ পৰা আহি থকা তীব্ৰবেগী চাৰিচকীয়া বাহনে বিপৰীত দিশৰ পৰা অহা এজন চাইকেল আৰোহীক বচাবলৈ লওঁতে দুৰ্ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় ঘাইপথত থকা এডাল গছত প্ৰচণ্ড জোৰে খুন্দিওৱাৰ ফলত বাহনখনৰো যথেষ্ট ক্ষতিসাধন হয়।
ধেমাজি: জোনাইৰ গালীস্থিত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ১ - Dhemaji News