Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: চেঙাজানত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া পৰিদৰ্শন, ৰাইজৰ লগত মত-বিনিময় কৰে বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰদান বৰুৱা

Dhemaji, Dhemaji | Apr 7, 2024
দেওবাৰে দিনৰ ১০ বজাত লক্ষীমপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ সৈতে চেঙাজানঘাটত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া পৰিদৰ্শন কৰে ৷ লগতে মঙ্গলবৰীয়া বজাৰস্থিত সামূহিক ভৱনত ৰাইজৰ লগত মত-বিনিময় কৰে বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই ।