Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: মাজৰবাৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ নিৰ্বাচনী প্ৰচাৰ, প্ৰদান বৰুৱাক তীব্ৰ সমালোচনা

Dhemaji, Dhemaji | Apr 9, 2024
১২নং লখিমপুৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ঘনকান্ত চুতীয়াই মঙলবাৰে দিনৰ ২ বজাত ব্ৰহ্মপুত্ৰ, চিমেন নদীৰ বান-খহনীয়াগ্ৰস্ত মাজৰবাৰীত প্ৰচাৰ অভিযান চলায়। চিমেনমুখৰ লাডাংগুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত এখন নিৰ্বাচনী সভাত উপস্থিত থাকি তৃণমূলৰ প্ৰাৰ্থীজনে কয়– প্ৰদান বৰুৱাই অতদিনে বিধায়ক-সাংসদ হৈ নৈপৰীয়া আৰু গ্ৰামাঞ্চলৰ ৰাইজৰ কোনো উন্নয়ন সাধন নকৰিলে। ব্ৰহ্মপুত্ৰ, চিমেন, দিখাৰী নদীৰ বান-খহনীয়াত কৃষিজীৱী পৰিয়ালৰ শ শ বিঘা ভূমি জাহ গ'ল।
ধেমাজি: মাজৰবাৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ নিৰ্বাচনী প্ৰচাৰ, প্ৰদান বৰুৱাক তীব্ৰ সমালোচনা - Dhemaji News