Public App Logo
Jansamasya
Rahulgandhi
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
No video available

ধেমাজি: জোনাইত ধুমুহাৰ তাণ্ডৱ৷ বহু ঘৰবাৰী তচনচ হোৱাৰ লগতে ভাঙে পেলাইছে বহু গছ গছনি ,সোমবাৰে ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিক্ৰিয়া

Dhemaji, Dhemaji | Apr 8, 2024
জোনাইত যোৱা দেওবাৰে নিশা অহা এজাক প্ৰৱল ধুমুহা বতাহে ডেকাপাম আমলখীহপাইত গাৱঁত সৃষ্টি কৰিলে ধ্বংস লীলাৰ৷ ধুমুহা বতাহত  বহু ঘৰৰ ভাঙি পেলোৱাৰ উপৰিও উৰুৱাই নিছে  টিনপাত ৷ ধুমুহাই ভাঙি পেলাইছে এটা গীৰ্জা ঘৰো৷ মুঠতে জোনাইৰ ডেকাপাম আমলখী পাইত গাৱঁৰ ৰাইজৰ মাজত এক হাহাকাৰ অৱস্থা৷ ইয়াৰ উপৰিও ধুমুহাত ভাঙি পৰিছে বহু পৰিয়ালৰ তামোল গছ, উভালি পৰিছে বহু গছ৷ আনহাতে তেলামৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এডাল বৃহত গছ বাগৰি পৰে এখন এলট' গাড়ীৰ ওপৰত৷ কথমপি প্ৰাণ ৰক্ষা পৰে গাড়ীৰ চালকৰ৷
ধেমাজি: জোনাইত ধুমুহাৰ তাণ্ডৱ৷ বহু ঘৰবাৰী তচনচ হোৱাৰ লগতে ভাঙে পেলাইছে বহু গছ গছনি ,সোমবাৰে ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিক্ৰিয়া - Dhemaji News