Public App Logo
Profile Picture

মুছলপুৰৰ বাৰ্তা

@nirenkumarsarma
3238Followers
7Following
বাক্সা: খুশ্ৰাবাৰীত বিপিএফ দলৰ বিজয়ী প্ৰাৰ্থী দিগন্ত গয়াৰীক দলীয় নেতা কৰ্মীৰ সম্বৰ্দ্ধনা
বাক্সা: বিটিচি নিৰ্বাচনত বাগানপাৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰেখা ৰাণী দাস বড়োৰ জয়লাভ, উৎফুল্লিত সমৰ্থক
বাক্সা: ইউপিপিএল দলে এইবাৰ বিটিচিত চৰকাৰ গঠন কৰিব বুলি মুছলপুৰত মন্তব্য ইউপিপিএলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই
বাক্সা: বাক্সাৰ ছয়টা সমষ্টিত ৭১.২৪ শতাংশ ভোট দান,ভোটদান সমাপ্তিৰ পিছত ভোটৰ বাকচ লৈ মুছলপুৰত উপস্থিত পলিং বিষয়া সকল
বাক্সা: মুছলপুৰত বিটিচি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই
বাক্সা: মুছলপুৰৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবি লৈ সমদল জুবিন অনুৰাগীৰ
বাক্সা: বাগানপাৰাত বিপিএফৰ প্ৰাক্তন এমচিএলয়ে ফলীন্দ্ৰ বসুমতাৰীৰ বিজেপিত যোগদানৰ বিৰোধিতাৰে প্ৰতিমুৰ্তি দাহ বিপিএফ কৰ্মীৰ
বাক্সা: শিমলাত ইউপিপিএল প্ৰাৰ্থী মণ্টু বড়োৰ হৈ আয়োজিত নিৰ্বাচনী জনসভাত প্ৰমোদ বড়ো
বাক্সা: বৰিমাখাত গণশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন বৰিমাখা আঞ্চলিক জুবিন অনুৰাগীৰ
বাক্সা: শালবাৰীত কংগ্ৰেছ প্ৰাৰ্থী বুদ্ধদেৱ ফাদাঙাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ
বাক্সা: গাৰামদেউত বিটিচি নিৰ্বাচনৰ বাবে দিহিৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী মানস প্ৰতীম কলিতাৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত
বাক্সা: মুছলপুৰত নামঘৰত ভাদ মহীয়া নামত অংশগ্ৰহণ মুছলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰিদীপ কুমাৰ ডেকাৰ
বাক্সা: চি ব্লকত গণ সুৰক্ষা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত
বাক্সা: অহোপাত নিৰ্বাচনী প্ৰচাৰ অভিযান জিএছপিৰ প্ৰাৰ্থী ঘনশ্যাম দাসৰ
বাক্সা: মুছলপুৰৰ বাক্সা জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন
বাক্সা: ছলিকান্দাত বিটিচি নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
বাক্সা: শালবাৰীত বিজেপি প্ৰাৰ্থী চক্ৰধৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত, প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
বাক্সা: দেৱচৰাত ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত
বাক্সা: বৰমাত বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
বাক্সা: বৰমাত বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী সংকল্প পত্ৰ উন্মোচন
বাক্সা: উজিৰবাৰীত ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত
বাক্সা: ধুবুৰীত কোচ ৰাজবংশী সংগঠনৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ বিৰুদ্ধে বৰতলাত আক্ৰাছুৰ প্ৰতিবাদ
বাক্সা: থমনাত ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি ।
বাক্সা: ডুমুনীত গণ সুৰক্ষা পাৰ্টীৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি
বাক্সা: বাগানপাৰাত বিপিএফৰ বনমালী বড়োৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত