Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

বাক্সা: বাগানপাৰাত বিপিএফৰ প্ৰাক্তন এমচিএলয়ে ফলীন্দ্ৰ বসুমতাৰীৰ বিজেপিত যোগদানৰ বিৰোধিতাৰে প্ৰতিমুৰ্তি দাহ বিপিএফ কৰ্মীৰ

Baska, Baksa | Sep 20, 2025
বাগানপাৰাত বিপিএফৰ প্ৰাক্তন এমচিএলএ ফলীন্দ্ৰ বসুমতাৰীয়ে আজি বিজেপিত যোগদান কৰে। ইয়াৰ প্ৰতিবাদত বিপিএফৰ মুখ্য কাৰ্যালয়ত ফলীন্দ্ৰ বসুমতাৰীৰ পুত্তলিকা দাহ কৰে।বিপিএফৰ কৰ্ম কৰ্তা সকলে বিশ্বাস ঘাটক ফলিন্দ্ৰ বসুমতাৰীৰ পুত্তলিকা দাহ কৰি চদ্মবেশী ফলীন্দ্ৰ বসুমতাৰীয়ে যোৱা পাচ টা বছৰে বিপিএফত চদ্মবেশী ৰুপ লৈ বিপিএফত আছিল বুলি গুৰুতৰ অভিযোগ কৰে লগতে  এনেকুৱা মানুহ বোৰ দলৰ পৰা ওলাই যোৱা মানে দলৰ শুভ লক্ষন বুলি তাৎপৰ্য মন্তব্য আগবঢায় নিৰেন চৈনাৰীয়ে।

MORE NEWS