Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

বাক্সা: শিমলাত ইউপিপিএল প্ৰাৰ্থী মণ্টু বড়োৰ হৈ আয়োজিত নিৰ্বাচনী জনসভাত প্ৰমোদ বড়ো

Baska, Baksa | Sep 19, 2025
আজি ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিৰ শিমলাত সমষ্টিটোৰ ইউপিপিএল প্ৰাৰ্থী মণ্টু বড়োৰ হৈ আয়োজিত এক নিৰ্বাচনী জনসভাত হেলিকপ্তাৰেৰে আহি নিৰ্বাচনী প্ৰচাৰ চলায় দলটোৰ সভাপতি প্ৰমোদ বড়োৱে।এইবাৰো ১৫ৰ পৰা ১৭ হাজাৰ ভোটৰ ব্যৱধানত ইউপিপিএলৰ প্ৰাৰ্থী বিজয়ী হ'ব। ইউপিপিএলে শেষ হাঁহি মাৰিব। বড়োলেণ্ডৰ ওপৰত অখিল গগৈৰ একো ধাৰণাই নাই৷ এক শতাংশও ধাৰণা নাই বুলি মন্তব্য কৰে।

MORE NEWS

বাক্সা: শিমলাত ইউপিপিএল প্ৰাৰ্থী মণ্টু বড়োৰ হৈ আয়োজিত নিৰ্বাচনী জনসভাত প্ৰমোদ বড়ো - Baska News