Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

বাক্সা: থমনাত ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি ।

Baska, Baksa | Sep 10, 2025
আজি বাক্সা জিলাৰ থমনাত ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অশ্বিনী দাসৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় । কাৰ্যালয়টো মাংগলিক নিয়মৰ মাজেৰে ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হৰেশ্বৰ বৰ্মণে । তেওঁ ৰাইজৰ দলে ৰাজনৈতিক প্ৰস্তুতি তুংগত ৰখা বুলি কৈ বিগত সময়ত বিটিচিত অন্যান্য ৰাজনৈতিক দল সমূহে দিয়া অভিজ্ঞতাৰ প্ৰত্যুত্তৰ স্বৰূপে বিটিচিবাসীয়ে ৰাইজৰ দলক আকোঁৱালি ল'ব বুলি মত ব্যক্ত কৰে ।

MORE NEWS