Public App Logo
Jansamasya
हादसा
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Accident
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh

বাক্সা: বাক্সাৰ ছয়টা সমষ্টিত ৭১.২৪ শতাংশ ভোট দান,ভোটদান সমাপ্তিৰ পিছত ভোটৰ বাকচ লৈ মুছলপুৰত উপস্থিত পলিং বিষয়া সকল

Baska, Baksa | Sep 22, 2025
ৰাতিপুৱা ৭-৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটদান প্ৰক্ৰিয়া। বিয়লি ৪-৩০ বজাত শান্তিপূৰ্ভাৱে সমাপ্তি হয়। জিলা নিৰ্বাচনী বিষয়াৰ পৰা জনামতে মথনগুৰি সমষ্টিত ৬১.৩, শালবাৰী সমষ্টিত ৭১.৫, কোকলাবাৰী সমষ্টিত ৬৯.০২, দিহিৰা, সমষ্টিত ৬৬.৪, মুছলপুৰ সমষ্টিত ৬৩.৫, বাগানপাৰা সমষ্টিত ৬৯.৩ শতাংশ ভোটাধিকাৰ সাব্যস্ত কৰা হয়। বিয়লি ৪-৩০ বজাত ভোটদান সমাপ্তিৰ লাগে লগে সংশ্লিষ্ট সমষ্টিৰ ভোটৰ বাকচ সমুহ নিৰাপত্তাৰ মাজেৰে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমলৈ অনা হয়।

MORE NEWS

বাক্সা: বাক্সাৰ ছয়টা সমষ্টিত ৭১.২৪ শতাংশ ভোট দান,ভোটদান সমাপ্তিৰ পিছত ভোটৰ বাকচ লৈ মুছলপুৰত উপস্থিত পলিং বিষয়া সকল - Baska News